Hanuman Chalisa in Assamese (Text)
Hanuman Chalisa Assamese Pdf : শ্ৰী ৰাম চন্দ্ৰৰ ভক্ত হনুমানৰ গুণ বৰ্ণনা কৰি ৰচিত স্তৱক বা কবিতাক হনুমান চালিছা বুলি কোৱা হয়। হনুমান চালিছাত ৪০ টা শ্লোক আছে, যাৰ বাবে ইয়াক চালিছা বোলা হয়।আনহাতে, ইয়াত হনুমানৰ ১০৮ টা মান উল্লেখ আছে। হনুমান চালিছা ১৬ শতাব্দীৰ কবি তথা দাৰ্শনিক তুলসী দাসে ৰচনা কৰিছিল। জনবিশ্বাস মতে, তুলসী দাসে ৰুগীয়া অৱস্থাত হনুমান চালিছা ৰচনা কৰিছিল আৰু এই চালিছা ৰচনাৰ পাছতে তেওঁ অবিশ্বাস্যভাৱে আৰোগ্য লাভ কৰিছিল।
আপুনি হনুমান চালিছা কেতিয়া পঢ়িব ?
হনুমান চালিছা যি কোনো সময়তে পাঠ কৰিব পাৰি।কিন্তু কেতিয়াবা যদি কোনো ব্যক্তিয়ে বেছিকৈ ভয় খায় অথবা বিপদত পৰা উদ্ধাৰ হোৱাৰ পথ বিচাৰি হাহাকাৰ কৰে, সেই সময়ত হনুমান চালিছা পঢ়িলে সকলো ভয়-শংকা দূৰ হয়।আনহাতে, বহুতৰ বিশ্বাস মতে, হনুমান চালিছাই বেয়া শক্তি দূৰ কৰে।
Hanuman Chalisa Assamese Pdf
শ্ৰী হনুমান চালিশা
দোহা
শ্ৰী গুৰু চৰণ সৰোজ ৰজ,নিজ মনু মুকুৰ সুধাৰি।
বৰনউ ৰঘুবৰ বিমল জসু, জো দায়কু ফল চাৰি॥
বুদ্ধিহীন তনু জানিকে, সুমিৰৌ পৱন কুমাৰ।
বলবুদ্ধি বিদ্যা দেহু মোহি, হুবহু কলেশ বিকাশ॥
চৌপাঈ
জয় হনুমান জ্ঞান গুণ সাগৰ, জয় কপীস তিহুঁ লোক উজাগৰ॥
ৰামদূত অতুলিত বল ধামা, অজ্ঞানি পুত্ৰ পৱন সুত নামা ॥
মহাবীৰ বিক্ৰম বজৰঙ্গী, কুমতি নিবাৰ সুমতি কে সঙ্গী॥
কাঞ্চন বৰণ বিৰাজ সুবেসা,কানন কুণ্ডল কুঞ্চিত কেশা॥
হাথ ব্ৰজ ঔৰ ধ্বজা বিৰাজৈ, কাঁন্ধে মুঞ্জ জনেও সাজৈ॥
শঙ্কৰ সুবন কেশৰী নন্দন, তেজ প্ৰতাপ মহা জগ বন্দন॥
বিদ্যাবান গুণী অতি চাতুৰ, ৰাজ কাজ কৰিবে কো আতুৰ॥
প্ৰভু চৰিত্ৰ শুনিবেকো ৰসিয়া, ৰাম-লক্ষণ সীতা মন বসিয়া॥
সুক্ষ্ম ৰূপ ধৰি সিয়াঁহি দিখায়া,বিকট ৰূপ ধৰি লঙ্ক জৰাৱা॥
ভীমৰূপ ধৰি অসুৰ সংহাৰে,ৰামচন্দ্ৰকে কাজ সঁৱাৰে॥
লায় সঞ্জীবন লক্ষণ জিয়ায়ে,শ্ৰীৰঘুবীৰ হৰষি উৰ লায়ে॥
ৰঘুপতি কীন্হী বহুত বঢ়াই,তুম মম প্ৰিয় ভৰত সম ভাই॥
সহস বদন তুমহাৰো যশ গাৱৈ,অস কহি শ্ৰীপতি কণ্ঠ লগাৱৈ॥
সনকাদিক ব্ৰহ্মাদি মুনীসা,নাৰদ সাৰদ সহিত অহীসা॥
যম কুবেৰ দিগপাল জহাঁতে,কবি কোবিদ কহি সকে কহাঁতে॥
তুম উপকাৰ সুগ্ৰীবহি কীন্হা,ৰাম মিলায় ৰাজপদ দীন্হা॥
তুম্হৰো মন্ত্ৰ বিভীষন মানা,লঙ্কেস্ৱৰ ভএ সব জগ জানা ॥
যুগ সহস্ৰ যোজন পৰ ভানু,লীল্যো তাহি মধুৰ ফল জানু॥
প্ৰভু মুদ্ৰিকা মেলি মুখ মাহী,জলধি লাঙিঘ গয়ে অচৰজ নাহি॥
দুৰ্গম কাজ জগতকে জেতে,সুগম অনুগ্ৰহ তুমহাৰে তেতে॥
ৰাম দুৱাৰে তুম ৰখৱাৰে,হোত ন আজ্ঞা বিন পসাৰে॥
সব সুখ লহে তুমহাৰী সৰনা,তুম ৰক্ষক কাহু কো ডৰনা ॥
আপন তেজ সংহাৰো আপৈ,তিনিলোক হাকতে কাঁপৈ॥
ভূত-পিশাচ নিকট নহী আৱৈ,মহাবীৰ জব নাম সুনাৱৈ॥
নাসৈ ৰোগ হৰে সব পীৰা,জপত নিৰন্তৰ হনুমত বীৰা॥
সংকটত হনুমান ছুৰাৱৈ,মনক্ৰম বচন ধ্যান লাৱৈ॥
সব পৰ ৰাম তপস্বী ৰাজা,তিনকে কাজ সকল তুম সাজা।
ঔৰ মনোৰথ জো কোই লাৱৈ,সোই অমিত জীৱনফল পাৱৈ॥
চাৰো যুগ পৰতাপ তুমহাৰা,হৈ পৰসিদ্ধ জগত উজিয়াৰা॥
সাধু সন্তকে তুম ৰখৱাৰে,অসুৰ নিকন্দন ৰাম দুলাৰে॥
অস্ত সিদ্ধি নৌনিধিকে দাতা,অস বৰ দীন জানকী মাতা॥
ৰাম ৰসায়ন তুমহাৰে পাসা,সদা ৰহো ৰঘুপতি কে দাসা॥
তুমহাৰে ভজন ৰাম কো পাৱে,জনম-জনম কে দুখ বিচাৰাৱে॥
অন্তকাল ৰঘুবৰ পুৰ জাই,জহাঁ জন্ম হৰি ভক্ত কহাই॥
ঔৰ দেৱতা চিত্য ন ধৰই,হনুমত সেই সৰ্ব সুখকৰই॥
সঙ্কট কটে মিতে সব পীৰা,জো সুমিৰে হনুমত বলবীৰা॥
জয় জয় জয় হনুমান গোঁসাই,কৃপা কৰহু গুৰুদেৱ কী নাই॥
য়ে শতবাৰ পাঠ কৰে জোই,ছুটহি বন্দী মহা সুখ হোই॥
জো য়েহ পঢ়ৈ হনুমান চালীসা,হোই সিদ্ধি সাখী গৌৰীসা॥
তুলসী দাস সদা হৰি চেৰা,কীজে নাথ হৃদয় মুহঁ ডেৰা॥
দোহা
পবন তনয় সঙ্কট হৰণ, মঙ্গল মুৰতি ৰূপ॥
ৰাম-লক্ষণ সীতা সহিত, হৃদয় বসহু সূৰ ভূপ॥
हनुमान जी की आरती | Hanuman Ji Ki Aarti
श्री बजरंग बाण | Shri Bajrang Baan
শ্ৰী হনুমান চালিশা
hanuman chalisa assamese,hanuman chalisa assamese pdf,hanuman chalisa assamese pdf download,hanuman chalisa assamese book,hanuman chalisa assamese photo,hanuman chalisa assamese song download,hanuman chalisa assamese image,hanuman chalisa assamese song,hanuman chalisa assamese word,hanuman chalisa rules,hanuman chalisa how many times,assamese hanuman chalisa pdf,assamese hanuman chalisa,assamese hanuman chalisa lyrics,hanuman chalisa to remove obstacles,hanuman chalisa when was it written,assamese hanuman chalisa path,hanuman chalisa assamese download,hanuman chalisa in assamese mp3 download,hanuman chalisa benefits for job,hanuman chalisa how many times in a day,hanuman chalisa in assamese pdf download,hanuman chalisa in assamese download,effects of hanuman chalisa,does hanuman chalisa fulfill wishes,akhomiya hanuman chalisa,assamese hanuman chalisa book,hanuman chalisa in assamese pdf,hanuman chalisa not working,hanuman chalisa in assamese,kya hanuman chalisa,hanuman chalisa assamese lyrics,hanuman chalisa lyrics in assamese pdf,hanuman chalisa rules in english,hanuman chalisa lyrics in assamese,hanuman chalisa assamese mein,21 hanuman chalisa benefits,new hanuman chalisa audio,hanuman chalisa assamese translation,hanuman chalisa assamese video,www hanuman chalisa telugu,www.hanuman chalisa,www.hanuman chalisa.com mp3,1 hanuman chalisa,3 hanuman chalisa,7 hanuman chalisa,8d hanuman chalisa
Hanuman Chalisa Assamese Pdf
শ্ৰী হনুমান চালিশা,শ্রী হনুমান চালিশা,শ্রী হনুমান চালিশা বাংলা,শ্রী হনুমান চালিশা হিন্দি মে,শ্রী হনুমান চালিশা পাঠ,শ্রী হনুমান চালিশা ২০১৩,হনুমান চালিশা শ্রী গুরু চরণ,হনুমান চালিশা অসমীয়া,i hanuman chalisa,i hanuman,shree hanuman chalisa lyrics,l hanuman chalisa,m s hanuman chalisa,হনুমান চল্লিশা,শ্রী শ্রী হনুমান চালিশা,জয় শ্রী হনুমান চালিশা,শ্রী শ্রী হনুমান চালিশা বাংলা,1 hanuman chalisa,হনুমান চালিশা,3 hanuman chalisa,3 hanuman,হনুমান চল্লিশা কি,হনুমান চল্লিশা শ্লোক,হনুমান চালিশা চাই,5 hanuman chalisa,5 chalisa,7 hanuman chalisa,7 hanuman,9 chalisa